নলবাৰীত কংগ্ৰেছ কৰ্মীক আৰক্ষীৰ লাঠিচালনাঃ মহিলা কংগ্ৰেছৰ সভানেত্ৰীকে ধৰি কেবাজনো আহত
নলবাৰী, নৱেম্বৰ ৮: নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে সমগ্ৰ দেশতে আৰম্ভ কৰা বিমুদ্ৰাকৰণৰ তীব্ৰ বিৰোধীতা কৰি আজি নলবাৰী জিলা কংগ্ৰেছে ক’লা দিৱস পালন কৰে৷ নলবাৰী জিলা কংগ্ৰেছে বিমুদ্ৰাকৰণৰ প্ৰতিবাদত ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়ায়৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা …