বিশিষ্ট অভিনেতা সমুদ্ৰ বৰদলৈক কুবেৰ অবিনশ্বৰ শিল্পী বঁটা প্ৰদান
নগাঁও, নৱেম্বৰ ৭: নগাঁৱৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা সমুদ্ৰ বৰদলৈক “কুবেৰ অবিনশ্বৰ শিল্পী বঁটা” প্ৰদান কৰাৰ লগতে সুধাকণ্ঠৰ স্মৃতি দিৱস পালন কৰে৷ এই উপলক্ষে ড’ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিভিন্নধৰণৰ সাংস্কৃতিক …