ৰঙিয়াৰ আই অ’চিত উত্তপ্ত পৰিস্থিতি
ৰঙিয়া, নৱেম্বৰ ৫: সগনমল চেৰাউগী এণ্ড চনচ তেল ডিপোত গ্ৰাহকৰ তীব্ৰ প্ৰতিবাদ। ডিপোত তেলৰ সলনি ওলাল পানী। এই প্ৰতিবাদত শ শ লোকে ঘেৰাও কৰে তেল ডিপোটো। লগতে তেল বিক্ৰী বন্ধ কৰি দিয়ে ৰাইজে। একাংশ উত্তেজিত গ্ৰাহকে ডিপোটোৰ মেনেজাৰক দিয়ে উত্তম -মধ্যম …