দুর্গোসৎৱ উপলক্ষে ডুগডুগীৰ বিশেষ ৰেহাই
গুৱাহাটী, ৫ ছেপ্টেম্বৰঃ অসমীয়া গহনা প্রতিষ্ঠান ডুগডুগীয়ে আগন্তুক শাৰদীয় দুর্গোসৎৱ উপলক্ষে ৫ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অসমীয়া গহনা বিক্ৰীৰ ওপৰত ১০ৰ পৰা ২০ শতাংশ পর্যন্ত ৰেহাইৰ ব্যৱস্থা কৰিছে। ডুগডুগীত নুন্যতম পাঁচ হেজাৰ টকাতকৈ অধিক ক্ৰয়ৰ ক্ষেত্ৰত এই বিশেষ ৰেহাই উপলব্ধ হ’ব। …