বান সাহাৰ্য্যৰ সামগ্ৰীসহ আটক-১
মানকাচাৰ, ২৮ আগষ্টঃ মানকাচাৰৰ পাথৰিয়াত বান সাহাৰ্য্যৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ মানকাচাৰ আৰক্ষীয়ে অভিযান চলাই বান সাহাৰ্য্য সামগ্ৰীসহ এজনক আটক কৰে৷ খলিল শেষ নামৰ ব্যক্তিজনে সাহাৰ্য্য বিতৰণৰ নামত গো খাদ্য চুৰি কৰি বিক্ৰী কৰিবলৈ চেষ্টা চলাইছিল৷ …