ম্যানমাৰত ৰোহিঙীয়া মুছলমানৰ ওপৰত অত্যাচাৰঃ ৫৮ হাজাৰ ৰোহিঙীয়াৰ বাংলাদেশলৈ পলায়ন
অনলাইন ডেস্ক সংবাদ ডেস্ক, ৩ ছেপ্টেম্বৰঃ ম্যানমাৰৰ উত্তৰ পশ্চিমত অৱস্থিত ৰোহিঙীয়াৰ মুছলমান আধিপত্য অঞ্চলত যোৱা সপ্তাহত ২,৬০০ত কৈও অধিক গৃহত অগ্নি সংযোগ কৰাৰ ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। বৰ্তমান অঞ্চলটোৰ ৫৮ হাজাৰ ৰোহিঙীয়া মুছলমানে প্ৰাণৰ ভয়ত ম্যানমাৰৰ পৰা বাংলাদেশলৈ পলায়ন কৰিছে। সংযুক্ত ৰাষ্ট্ৰৰ …