আইআইটি গুৱাহাটীৰ হাফ মাৰাথনৰ আয়োজন
গুৱাহাটী, ২ আগষ্টঃ ব্যতিক্রমী টেকনিকেল উৎসৱ টেকনিছৰ নৱম বর্ষপূর্তিত আইআইটি গুৱাহাটীয়ে ২৭ আগষ্টত দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামৰ পৰা গুৱাহাটী হাফ মাৰাথনৰ আয়োজন কৰিছে। এই বার্ষিক অনুষ্ঠানত ২১ কিলোমিটাৰ দৌৰত পেছাদাৰী দৌৰবিদসকলে প্রতিদ্বন্দ্বিতা কৰাৰ লগতে স্কুল–কলেজৰ বিদ্যাৰ্থীসকলেও সাধাৰণ চেম্পিয়নশ্বিপ অর্জন …