লখিমপুৰৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ ৰাহুল গান্ধীৰ
লখিমপুৰ, ৩ আগষ্টঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ সভাপতি ৰাহুল গান্ধীয়ে দুপৰীয়া লখিমপুৰ জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰে৷ ৰাহুল গান্ধীয়ে আমতলাৰ জৈনপুৰ আৰু বগলীজানত উপস্থিত হৈ নাৱেৰে ৰঙানদীৰ বানত হোৱা ক্ষয় ক্ষতিৰ বুজ লয়। তেওঁ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ সৈতে মত …