চিটীএফচিৰ ফুটবলঃ জুবিন একাদশৰ বিৰুদ্ধে জিচিএফচি একাদশৰ জয়
গুৱাহাটী, ২৬ জুলাইঃ গুৱাহাটী চিটী এফ চিয়ে ইয়াৰ গ্ৰাছৰুট্ছ প্ৰকল্পৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় ষ্টেডিয়ামত আয়োজন কৰা গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি পৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি চুবুৰীয়া দেশ ভূটানৰ পৰা অহা ১৫০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণেৰে অনুষ্ঠিত শিবিৰৰ …