মৃত্যুৰ সৈতে যুঁজিছে গজৰাজ

সোণাপুৰ, ১০ জুনঃ  সোণাপুৰৰ আমচাং অভয়াৰণ্যৰ জলাশয়ত কেবাদিনো আৱদ্ধ হৈ মৃত্যুৰে যুঁজি উদ্ধাৰ হোৱা দতাঁল হাতীটোৰ অৱস্থা বৰ্তমানো সংকটজনক৷ ২২ মে’ৰ পৰা আমচাংৰ জলাশয়ত আবদ্ধ হৈ থকা দতাঁল হাতীটোক বন বিভাগে পানীৰ মাজত খাদ্য আৰু চিকিৎসা প্ৰদান কৰাত ৯ দিন …

বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মৰণফাণ্ড

বৰহাট, ১০ জুনঃ চৰাইদেউ জিলাৰ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ এটা প্ৰকাণ্ড নলাৰ ওপৰত থকা পকী শ্লেপ দুয়োখন ভাঙি ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ অভিযোগ অনুসৰি, অতি নিম্ন মানদণ্ডৰ সা-সামগ্ৰী তথা পাতলীয়াকৈ অবৈজ্ঞানিক পদ্ধতিৰে তৈয়াৰ কৰাৰ কাৰণে বিদ্যালয়ৰ মূল তোৰণৰ …

বঙাইগাঁৱত শিশু পুথিভঁৰাল উন্মোচন সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

মানিকপুৰ, ৯ জুনঃ বঙাইগাঁও জিলাৰ পাতিলাদহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পাতিলাদহা বজাৰত থকা আছুৰ কাৰ্যালয়ত এটা শিশু পুথিভঁৰাল উন্মোচন কৰা হয়৷ পাতিলাদহা হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত পুথিভঁৰাল উন্মোচনী সভাত ভাষণ দি আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই কয় যে, পুথি আমাৰ পৰম …

ৰঙিয়াত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰেণ ৰিজিজু

ৰঙিয়া, ৯ জুনঃ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰঙিয়াত অনুষ্ঠিত মোডি ফেষ্টত অংশগ্ৰহণ কৰে৷ ৰঙিয়াত উপস্থিত হৈ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী গৰাকীয়ে মোদী চৰকাৰৰ তিনি বছৰৰ আঁচনি সমুহৰ সফল ৰূপায়ণৰ খতিয়ানৰ প্ৰচাৰ কৰে৷ মোডি ফেষ্টত অংশগ্ৰহণ কৰি কিৰেণ ৰিজিজুৱে উগ্ৰপন্থাৰ পথ পৰিহাৰ …

পদুমণি জাতীয় বিদ্যালয়ত কৃতি শিক্ষাৰ্থীক সম্বর্ধনা

লংকা, ৯ জুনঃ হোজাইৰ পদুমণি জাতীয় বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক এম আহমেদে ছাত্ৰ-ছাত্ৰীক আত্মকেন্দ্ৰীক হ’বলৈ আহ্বান জনায়। তেওঁ ভাষণ প্ৰসংগত কয় যে, কেৱল নম্বৰ পোৱা …

গৌতম ৰয়ৰ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষনা

সংবাদ ৩৬৫ ডেস্ক, ৯ জুনঃ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক শুভদীপ ৰয় চৌধুৰীৰ কণমানি কন্যা তৃষাৰ সন্ধান দিওঁতালৈ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে ৫০ হাজাৰৰ পুৰস্কাৰ ঘোষণা কৰিছে৷ উল্লেখ্য যে, যোৱা ৫ জুনৰ পৰা সন্ধানহীন হৈ আছে ৩ বছৰীয়া তৃষা। তৃষাৰ লগতে ঘৰৰ …

গো-মাংসঃ মেঘালয়ত নেতা-কৰ্মীৰ বিজেপি দল ত্যাগ

কংগ্ৰেছ মুক্ত হ’বনে উত্তৰ-পূৰ্বাঞ্চল মেঘালয়, ৯ জুনঃ ২০১৮ ত মেঘালয়ত বিধানসভা নিৰ্বাচন৷ নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে সিমানে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ কৰ্মীসকলক একত্ৰিত কৰি দলক শক্তিশালী কৰাত ব্যস্ত। কিন্তু ইয়াৰ বিপৰীত ছবি …

স্বাস্থ্যকৰ্মীক আক্ৰমণঃ ক’লা বেজ পৰিধানেৰে প্ৰতিবাদ

গুৱাহাটী,  ৯ জুনঃ বেজী আতংকক কেন্দ্ৰ কৰি হাইলাকান্দিৰ লালাত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত ডাক্তৰ আৰু পেৰামেডিকেল কৰ্মচাৰীৰ এটা দলক দুষ্ট চক্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। দুষ্ট চক্ৰৰ আক্ৰমণত তিনিজন স্বাস্থ্য কৰ্মী গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। আহত …

বনাঞ্চল ৰক্ষা কৰা লেডী টাৰ্জন

অনলাইন ডেস্ক, সংবাদ ৩৬৫, ৮ জুনঃ মহিলাগৰাকীৰ নাম যমুনা তুড্ডু, সকলোৱে লেডী টাৰ্জন বুলি সম্বোধন কৰে। দেশত গছ-গছনি সংৰক্ষণ কৰি বনাঞ্চল ৰক্ষা কৰাৰ বাবে বিভিন্ন বেচৰকাৰী সন্থাৰ লগতে চৰকাৰেও গুৰুত্ব প্ৰদান কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু যমুনা তুড্ডু ওৰফে …

আইচিএআৰ কাৰ্য্যালয় ঘেৰাও

বৰবাৰী, ৮ জুনঃ কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে মেঘালয়াৰ ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালছাৰ ৰিছাচ চেন্টাৰত কৰ্মৰত শতাধিক কেজুৱেল কৰ্মীয়ে কনফেডাৰেছন অৱ ৰি-ভয় পিপলছ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত বিভাগটোৰ কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ নিৰ্দেশনা জাৰি নকৰাকৈ …