সোণতলীত অব্যাহত বৰলুইতৰ খহনীয়া
সোণতলী, ৫ আগষ্টঃ দক্ষিণ কামৰূপৰ সোণতলীত অব্যাহত আছে গৰাখহনীয়া৷ পাইখাইতিৰ পিছত এইবাৰ ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই কালৰূপ ধাৰণ কৰিছে বকো সমষ্টিৰ সোণতলীৰ গৰৈমাৰী বিলৰজান অঞ্চলত৷ বিলৰজানত বৰলুইতৰ বুকুত বিলীন হৈছে ইখনৰ পিছত সিখন গাঁও৷ গৰাখহনীয়াৰ আতংকত ভোকে-লঘোণে, নিদ্ৰা-অনিদ্ৰাই মুকলি আকাশৰ তলত …