জাইকাৰ চুৰি পাইপ বৰ্ণীহাটৰ ফেক্টৰীত উদ্ধাৰ

গুৱাহাটী, ২৮ মেঃ বৰ্ণীহাটৰ জয়ন্তীয়া ফৰোলাইছ নামৰ এখন ফেক্টৰীৰ পৰা মহানগৰ আৰক্ষীয়ে অভিযান চলাই প্ৰায় বৃহৎ পৰিমানৰ চুৰিৰ পাইপ উদ্ধাৰ কৰে। উল্লেখ্য যে, গুৱাহাটীত পানী যোগান আঁচনিৰ বাবে জাইকা নামৰ কোম্পানীটোৱে সংস্থাপন কৰি থকা পাইপবোৰ যোৱা কিছু মাহ ধৰি চুৰি …

এজাৰ ফুলিলেই বেজাৰ লাগে মাজুলীবাসীৰ

মাজুলী, ২৮ মেঃ “এজাৰ ফুলিলে বেজাৰ কিয় কৰ’?” মাজুলীৰ আকাশত এতিয়া এজাৰ ফুলৰ বেঙুনীয়া হাঁহিৰ সমাহাৰ। আকাশ শুৱনি কৰি এজাৰ ফুলিলে, আকাশখন পৰিণত হয় বেঙুণীয়া চাদৰলৈ, যিয়ে উন্মনা কৰি তোলে বহুতক, বেঙুণীয়া হাঁহিত বিলীন হয় বহুজন, কিন্তু আন ঠাইৰ দৰে …

কেৰিয়াৰঃ বায়োটেকন’লজিৰ পাঠ্যক্ৰম

জৈৱ-প্ৰযুক্তিবিদ্যা বা বায়োটেকন’লজি পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত জৈৱ-প্ৰযুক্তিবিদ্যাৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে । জৈৱ-প্ৰযুক্তিবিদ্যাত স্নাতক, স্নাতকোত্তৰ, এমফিল আৰু পিএইচডি পাঠ্যক্রম কৰিব পাৰি । অৱশ্যে, অসমত …

কিশোৰীক শ্লীলতাহানিৰ চেষ্টা

লংকা, ২৭ মেঃ লংকাৰ কঁপিলিপাৰত নিশা সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। কথমপি তিনি পাষণ্ডৰ হাতৰ পৰা ৰক্ষা পৰিল এগৰাকী কিশোৰীৰ আত্মসন্মান। ঘটনাৰ বিৱৰণী মতে, নিশা প্ৰায় ১২ বজাত কঁপিলীপাৰৰ নিবাসী বাবুল আহমেদ আৰু দুই সহযোগীয়ে একে গাঁৱৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক …

হৰিচৰণ ভূঞা বৰবায়নলৈ সংগীত নাটক অকাডেমী বঁটা

মাজুলী, ২৭ মেঃ গুৰুজনাই প্রাণ প্রতিষ্ঠা কৰি যোৱা অসমীয়া জাতীয় জীৱনৰ সৰ্বোত্তম সৃষ্টি সত্রীয়া সংস্কৃতিৰ ক্ষেত্রখনিলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে মাজুলীৰ শ্রীশ্রীনতুন কমলাবাৰী সত্রৰ বৈষ্ণৱ তথা বৰবায়ন হৰিচৰণ ভূঞা বৰবায়নলৈ ২০১৬ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা আগঢ়োৱা হৈছে। এই খবৰে …

কমলাবাৰী সত্ৰ পথৰ আঁচনিৰ পৰিকল্পনা আৰু প্ৰাককলনৰ সংশোধনৰ নিৰ্দেশ

মাজুলীত বৰষুণত ক্ষতিগ্ৰস্ত পথ পৰিদৰ্শন উপায়ুক্তৰ মাজুলী, ২৭ মেঃ মাজুলীৰ উপায়ুক্ত পল্লৱ গোপাল ঋাই বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ একাধিক পথ পৰিদৰ্শন কৰে৷ কমলাবাৰীৰ টুনী দলংৰ পৰা নয়াবাজাৰ সমীপৰ বৰবিল-ছমৰীয়াআটি পৰ্য্যন্ত পহুমৰা-গড়মূৰ-জেংৰাই-হালধিবাৰী গড়কাপ্তানী পথৰ প্ৰায় ৩৫ কিল’মিটাৰ অংশ বৰষুণৰ ফলত …

ভ্ৰাম্যমান চিকিৎসা গোটৰ শিবিৰ পৰিদৰ্শন

মাজুলী, ২৭ মেঃ মাজুলীৰ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ কাৰণে নতুনকৈ মুকলি কৰা ভ্ৰাম্যমান চিকিৎসা গোটৰ এটা শিবিৰ উপায়ুক্তই পৰিদৰ্শন কৰে৷ জিলাখনৰ ভিতৰুৱা অঞ্চল ৰঙাচাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত অভয়াপুৰী গাৱত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ অধীনস্থ ভ্ৰাম্যমান চিকিৎসা গোট …

নিজ পত্নীৰ লগতে খুলশালিকো পাতিতালিত বেচিলে অসমৰ যুৱকে

মুম্বাই, ২২ মেঃৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নাৰীজানিত অপৰাধৰ ঘটনা। যৌতুকৰ বাবে হত্যা পৰা আৰম্ভ কৰি ধৰ্ষণ, ৰাজপথত শাৰীৰিক তথা মানসিক নিৰ্যাতন, দেহ ব্যৱসায়ত নিয়োগ বাবে বহিৰাজ্যলৈ সৰবৰাহ ৰাজ্যখনত প্ৰায়ে দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ পোহৰলৈ আহিছে এজন যুৱকৰ এক …

তেজপুৰৰ নিখোজ চুখই-৩০ ধ্বংসাবশেষ উদ্ধাৰ

অনলাইন ডেস্ক, ২৬ মেঃ তেজপুৰৰ পৰা উৰা মৰাৰ পিছতেই আকাশমাৰ্গত ৰেডাৰৰ সংযোগ বিচ্ছিন্ন হৈ নিখোজ হৈ থকা চুখই-৩০ বিমানখনৰ ধ্বংসাবশেষ উদ্ধাৰ হৈছে৷ চুখই-৩০ বিমানখন আকাশমাৰ্গত ৰেডাৰৰ সংযোগ বিচ্ছিন্ন হোৱা স্থানত দুৰ্ঘটনাগ্ৰস্ত হয়৷ যুঁজাৰু বিমানখনৰ ধ্বংসাবশেষৰ কিছু অংশ ভাৰত-চীন সীমান্তত উদ্ধাৰ …

ৰঙিয়াত দুই দুৰ্ধষ বাইক চোৰ আটক

ৰঙিয়া, ২৬ মেঃ গুৱাহাটীকে ধৰি কামৰূপৰ বিভিন্ন স্থানত বাইক চুৰি কৰি সন্ত্ৰাস চলোৱা দুই গভাইত চোৰত ৰঙিয়া আৰক্ষীয়ে আটক কৰে৷ ৰঙিয়া ৰে’লৱে আস্থানৰ পৰা মটৰ চাইকেল চুৰি কৰি থকা অৱস্থাত আস্থানৰ গাড়ী চালক সকলে দুই বাইক চোৰক কৌশলেৰে হাতে লোটে কৰায়ত্ব …