ধ্বংসৰ গৰাহত ঐতিহ্যমণ্ডিত আহোম যুগৰ কীৰ্তিচিহ্ন

বৰহাট, ২৫ জুলাইঃ চৰাইদেউৰ বিভিন্ন প্ৰান্তত অৱস্থিত আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ চৰকাৰ তথা পুৰাতত্ব বিভাগৰ চূড়ান্ত গাফিলতিৰ কাৰণে ধ্বংসৰ গৰাহত পৰিছে। বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ স্থায়ী পদক্ষেপ গ্ৰহণ নকৰাৰ কাৰণে বৰ্তমান আহোম যুগৰ ঐতিহ্যমণ্ডিত বহু কীৰ্তিচিহ্ন জহি-খহি নিঃশেষ হোৱাৰ …

টিংখাঙত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

টিংখাং, ২৫ জুলাইঃ আঁচনিৰ নাম বিশুদ্ধ খোৱাপানী যোগান, কিন্তু নাপায় এটুপিও খোৱাপানী। টিংখাঙৰ গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী যোগান ধৰাত ব্যৰ্থ ৰাজ্যৰ জনস্বাস্হ্য কাৰিকৰী বিভাগ। বিভাগটোৰ অধীনস্থ বিশুদ্ধ খোৱাপানী যোগানৰ নামত বছৰি কোটি কোটি টকা ব্যয় কৰি অহাৰ পিছতো টিংখাংত অধিকাংশ পানীযোগান …

বৰপেটা জিলা পৰিষদৰ হাট-বজাৰ নিবিদাৰ নামত দুৰ্নীতি

বাঘবৰ ২৫ জুলাইঃ দুৰ্নীতিৰ বিৰুদ্ধে উঠি পৰি লগা পৰিৱৰ্তনকামী বিজেপি চৰকাৰে  মাত-মাতি থকাৰ সময়তে  বৰপেটাৰ মন্দিয়া বজাৰত নিবিদালৈ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ কৰিছে বৰপেটা  জিলা পৰিষদৰ বিষয়াই। প্ৰাপ্ত তথ্য মতে,  মন্দিয়া বজাৰৰ নিবিদালৈ ১৩ জন নিবিদাকাৰীৰ ভিতৰত সৰ্বাধিক ৪০ …

সোণতলীৰ যুৱক নিৰুদ্দেশ

সোণতলী, ২৫ জুলাইঃ দক্ষিণ কামৰূপৰ সোণতলীৰ এজন যুৱক গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমুলী আৰক্ষী চকীৰ অধীনস্থ কান্দুলীমাৰীৰ ঈশদ আলীৰ পুত্ৰ ১৯ বছৰীয়া বাছিৰুল ইছলামে কৰ্মসূত্ৰে গুৱাহাটীৰ গড়চুকৰ কটাহবাৰীত মকবুল আলী …

কোকৰাঝাৰ বিষ্মুৰীত ডাইনী সন্দেহত এজনক আক্ৰমণঃ চিকিৎসাধীন ভূক্তভোগী

কোকৰাঝাৰ, ২৪ জুলাইঃ কোকৰাঝাৰত ডাইনীৰ সন্দেহত জনতাৰ কৱলৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে এজন নিৰিহ লোকৰ। প্ৰাপ্ত তথ্য অনুসৰি কোকোৰাঝাৰৰ বিষ্মুৰী আৰক্ষী চকীৰ অন্তৰ্গত ডেকাদামৰা গাঁৱৰ নিবাসী ৰবিৰাম নাৰ্জাৰীক (৫২)ক গাঁৱৰ ৰাইজে ১৮ জুলাইত নিৰ্মম ভাৱে আক্ৰমণ কৰে৷ বিষ্মুৰীৰ প্ৰাথমিক বিদ্যালয়ৰ …

ধ্বংসৰ গৰাহত চৰাইদেউৰ দিল্লী সংৰক্ষিত বনাঞ্চলঃ নিৰৱ বনবিভাগ

বৰহাট, ২৪ জুলাইঃ অবিভক্ত শিৱসাগৰ জিলাৰ সাতখন সংৰক্ষিত বনাঞ্চল বৰ্তমান ধ্বংসৰ গৰাহত৷  শিৱসাগৰৰ নাজিৰা মহকুমাস্থিত গেলেকী সংৰক্ষিত বনাঞ্চল, শিৱসাগৰ মহকুমাৰ পানী দিহিং সংৰক্ষিত বনাঞ্চল,  চৰাইদেউস্থিত দিল্লী সংৰক্ষিত বনাঞ্চল, অভয়পুৰ সংৰক্ষিত বনাঞ্চল, দিৰৈ-ৰাঙলী সংৰক্ষিত বনাঞ্চল, সাপেখাতি সংৰক্ষিত বনাঞ্চল আৰু চলা সংৰক্ষিত …

মুকালমুৱাত আৰক্ষীৰ জালত পুনৰ তিনি চাউল ব্যৱসায়ী

মুকালমুৱা, ২৪ জুলাইঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বিক্ৰীৰ লগত জড়িত থকাৰ অভিযোগত মুকালমুৱা আৰক্ষীয়ে তিনি সমবায়ৰ এজেন্টক আটক কৰে৷ উল্লেখযোগ্য যে, ২০ জুলাইৰ নিশা মুকালমুৱাৰ ব্ৰহ্মপুত্ৰৰ পেৰাধৰা ঘাটত মুকালমুৱা আৰক্ষী আৰু সাংবাদিকৰ যৌথ অভিযানত ৮০ কুইন্টল চোৰাং চাউলৰ জব্দ কৰাৰ …

দক্ষিণ শালমাৰাৰ মুন্তাজ আলি ছিনিয়ৰ মাদ্ৰাছাত আৰক্ষীৰ অভিযান

দক্ষিণ শালমাৰা, ২৪ জুলাইঃ দক্ষিণ শালমাৰাৰ সাদুল্লাবাৰী মুন্তাজ আলি ছিনিয়ৰ মাদ্ৰাছা স্কুলত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ চাউল জব্দ কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, মুন্তাজ আলি ছিনিয়ৰ মাদ্ৰাছা স্কুলত দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজন নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ …

মানিকপুৰৰ ভাণ্ডাৰাত শিশু চোৰ কৰায়ত্ব

মানিকপুৰ ২৪ জুলাইঃ বঙাইগাঁৱৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰা বজাৰত নিশা চোৰে এখন মোবাইল দোকানৰ পৰা বৃহৎ পৰিমানৰ সামগ্ৰী চুৰি কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, শাহজাহান আলীৰ দোকানত নিশা চোৰে তলা আৰু লোহাৰ পাতি ভাঙি ভিতৰত প্ৰৱেশ কৰি লুট-পাট কৰে। চোৰে …

বৰহাটত টাইপাৰ নেতাক ব্লেকপন্থাৰ বৰ্বৰ অত্যাচাৰ

বৰহাট, ২৪ জুলাইঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ ব্লেকপন্থাৰ এটা দলে টাইপাৰ নেতাক শাৰীৰিক প্ৰহাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, টাইপাৰ বৰহাট আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক ধমেন চাংমায়ে বৰহাট সাপ্তাহিক বজাৰৰ পৰা গাড়ীৰে গৈ …