নৱম এছিয়ান ছুইমিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব শিৱসাগৰৰ আস্থা চৌধুৰীয়ে
শিৱসাগৰ, ১৮ জুলাইঃ উজবেকিস্থানৰ টাছখণ্ডত অনুষ্ঠিত হ’বলগীয়া নৱম এছিয়ান এজ গ্ৰুপ ছুইমিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব শিৱসাগৰৰ আস্থা চৌধুৰীয়ে৷ শিৱসাগৰৰ ব্যৱসায়ী তথা সমাজকৰ্মী ৰূপম চৌধুৰী আৰু মণিকা চৌধুৰীৰ জ্যেষ্ঠ কন্যা আস্থা চৌধুৰী৷ আস্থাই দিল্লীৰ ড০ ৰাজেন্দ্ৰ প্ৰসাদ নবোদয় বিদ্যালয়ৰ নৱম …