Wildlife : ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ উপলক্ষত বাৰেকুৰিত হলৌ বান্দৰৰ উপযোগী গছপুলি ৰোপণ
তিনিচুকীয়া, ২ অক্টোবৰ, ২০২৪ : ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বুধবাৰে তিনিচুকীয়া (Tinsukia) জিলাৰ বাৰেকুৰি আৰু ছৈখোৱা অঞ্চলত হলৌ বান্দৰৰ উপযোগী গছপুলি ৰোপণ কৰা হয়। তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ উদ্যোগত আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বন সংমণ্ডলিক বিষয়া খনীন্দ্ৰনাথ দাসে কয় …