নলবাৰীত মন্ত্ৰী ৰিহণ দৈমাৰী

নলবাৰী, ৮ জুনঃ বৃহস্পতিবাৰে নলবাৰীত উপস্থিত হয় মন্ত্ৰী ৰিহণ দৈমাৰী। জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে জিলাখনৰ উপায়ুক্ত তথা বিভাগীয় বিষয়া আৰু স্থানীয় বিধায়কৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হয়। নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুস্থিত …

বঙাইগাঁওৰ বালাৰপেটৰ যুৱকৰ ৰেলগাড়ীত ৰহস্য জনক মৃত্যু

মানিকপুৰ, ৮ জুনঃ বঙাইগাঁওৰ মানিকপুৰৰ নিকটৱৰ্তী বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বালাৰপেটৰ এজন যুৱকৰ ৰেলগাড়ীত ৰহস্য জনক মৃত্যু হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, বালাৰপেটৰ নিবাসী নুৰ হুছেইনৰ পুত্ৰ শাহানুৰ আলম চেন্নাইৰ পৰা ঘৰলৈ আহোঁতে ৰেলগাড়ীত ৰহস্য …

মত বিনিময় অনুষ্ঠানত হাগ্ৰামাক মুকলি অভিযোগ ৰাইজৰ, “টকা খাইছে বিজেপিয়ে”

আৰএচএচৰ একাংশই হিন্দু মুছলমানৰ মাজত ” সংঘাত ” লগাব বিচাৰে : হাগ্ৰামা কোকৰাঝাৰ, ৭ জুনঃ বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক বিজেপিয়ে ভাবুকি দিয়া বুলি স্বয়ং হাগ্ৰামা মহিলাৰীয়ে ক্ষোভ প্ৰকাশ কৰাৰ পিছত ক্ৰমান্বয়ে মিত্ৰতাত ফাট মেলা আৰম্ভ কৰিছে । …

গৰৈমাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

সোণতলী, ৭ জুনঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ গৰৈমাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আল আমিন ইছলামিক মডেল স্কুলত অনুষ্ঠিত হোৱা এখন সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে, আল আমিন ইছলামিক মডেল …

১৭ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচন

অনলাইন ডেস্ক, ৭ জুনঃ দেশৰ মুৰব্বী তথা ভাৰতবৰ্ষৰ সংবিধানৰ সবাতোতকৈ ক্ষমতাশালী পদবী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন নিৰ্বাচনী আয়োগে ঘোষনা কৰিলে৷ অহা ১৭ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন৷ নিৰ্বাচনী আয়োগে ১৪ জুনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব৷ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম …

মহানগৰীত ২০ লাখ টকাৰ বিদেশী চিগাৰেট উদ্ধাৰ

গুৱাহাটী, ৭ জুনঃ গুৱাহাটী মহানগৰীত চিআইডি অভিযানত ২০ লাখ টকা মূল্যৰ বিদেশী চিগাৰেট উদ্ধাৰ। বহিঃৰাজ্যলৈ চোৰাংকৈ নিয়াৰ পথত চিআইডিৰ জালত পৰিল ট্ৰাকসহ বিদেশী চিগাৰেট। মহানগৰীৰ লাখৰাস্থিত গোপালথান পাৰ্কিংৰ পৰা নাগালেণ্ডৰ পঞ্জীয়নকৃত এখন ট্ৰাক পৰা  চিআইডিয়ে উদ্ধাৰ কৰে ৩৬ কাৰ্টুন বিদেশী …

ভাৰত-বাংলাদেশ সীমান্তত গৰু জব্দ

হাটশিঙিমাৰী, ৭ জুনঃ দক্ষিণ শালমাৰা আৰু ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা কেইবাটাও গৰু জব্দ কৰা হয়৷ ভাৰত-বাংলাদেশৰ উন্মুক্ত সীমান্তৰে সৰবৰাহ কৰোতে বিএছএফ জোৱানে ৭৪ টা গৰু জব্দ কৰে৷ প্ৰাপ্ত তথ্য মতে, আন্তৰাষ্ট্ৰীয় গৰু সৰবৰাহকাৰীয়ে উন্মক্ত সীমান্তৰ মাজেৰে গৰু কেইটা বাংলাদেশলৈ …

চোৰৰ ডায়েৰীঃ লিপিবদ্ধ প্ৰতিটো চুৰিৰ তথ্য

ৰঙিয়া, ৭ জুনঃ ডায়েৰীয়েই কাল হ’ল কামৰূপ জিলাৰ ধুহিৰ মজিবৰ ৰহমান ওৰফে মজিৰৰ। কৰ্মত চোৰ মজিৰৰ ডায়েৰী লিখাৰ অভ্যাস৷ মজিৰে ক’ত কেনেদৰে চুৰি কাৰ্য্য সংঘটিত কৰে সেয়া লিপিবদ্ধ কৰে এই ডায়েৰীত। মজিৰে গুৱাহাটী, নলবাৰী আৰু বৰপেটাৰ যাত্ৰীবাহী বাছবোৰত সুযোগ বুজি যাত্ৰী …

প্ৰধানমন্ত্ৰী হ’ব অনুপম খেৰ

অভিনেতাৰ পৰা নেতা হোৱাৰ উদাহৰণ বহুতো আছে, কিন্তু অভিনেতাৰ পৰা প্ৰথম বাৰলৈ প্ৰধানমন্ত্ৰী হ’বলৈ ওলাইছে অনুপম খেৰ। অতি সোনকালে প্ৰধানমন্ত্ৰীৰ ৰূপত দেখিবলৈ পোৱা যাব হিন্দী ছবি জগতৰ অভিনেতা অনুপম খেৰক। সকলো ঠিকে থাকে থাকিলে অহা বছৰ ডিচেম্বৰত অনুপম খেৰক প্ৰধানমন্ত্ৰীৰ …

ৰমজানৰ চেহেৰি এৰি দেশ ৰক্ষা কমাণ্ডেণ্ট ইকবলৰ

অনলাইন ডেস্ক সংবাদ ৩৬৫, ৬ জুনঃ জম্মু কাশ্মীৰৰ বান্দীপুৰাত সোমবাৰে পুৱতি নিশা চি আৰ পি এফৰ জোৱানৰ গুলিত চাৰিজনকৈ উগ্ৰপন্থী নিহত হয়। উগ্ৰপন্থী কেইজন বান্দীপুৰাস্থিত চি আৰ পি এফ কেম্পত আন্ধাৰৰ সুযোগ লৈ প্ৰৱেশ কৰিবলৈ লওঁতে চি আৰ পি এফ …