ৰঙিয়াত তিনি কুখ্যাত ডকাইত আটক

ৰঙিয়া, ৬ জুনঃ কামৰূপ, বাস্কাৰ বিভিন্ন প্ৰান্তত ডকাইতি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত ডকাইতৰ এটা দলক ৰঙিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ পুৱতি নিশা এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে ডকাইত কেইটাক নিজ-নিজ বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷ ডকাইত …

এজাক বৰষুণতে জলমগ্ন বৰহাট

বৰহাট, ৬ জুনঃ চৰাইদেউ জিলাৰ ইতিহাসে পৰশা বৰহাট অঞ্চল এজাক বৰষুণতে  জলমগ্ন হৈ পৰে। বৰহাট বজাৰ, হাবি, গাওঁ আৰু লোহলীয়া গাঁৱত বৰষুণৰ পানী পথৰ ওপৰত জমা হৈ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে৷ অঞ্চলটোৰ পথৰ দাঁতিৰ নলা-নৰ্দমা তথা বাট-পথসমূহ স্থানীয় বাসিন্দাসকলে …

অমৃত গ্ৰুপৰ বিৰুদ্ধে কোম্পানীৰ ইনভেষ্টৰ ফ’ৰামৰ সাফল্য

গুৱাহাটী, ৬ জুনঃ অমৃত গ্ৰুপ অৱ কম্পেনিজ ইনভেষ্টৰ ফ’ৰাম (এজিওচিআইএফ) উত্তৰ-পূৰ্বাঞ্চল, ভাৰতবৰ্ষ নামৰ সংস্থাটোৱে অমৃত গ্ৰুপৰ মালিক পক্ষৰ লগত সুদীৰ্ঘ তিনি বছৰ যোৰা শীতল যুদ্ধ তথা অহিংস আন্দোলনৰ জৰিয়তে বুজাবুজিৰ দ্বাৰা সৰ্ম্পূণ আইনগত ভাবে মৰিগাঁওৰ বাঘজাপত থকা কোম্পানীৰ নিজা মাটি …

বিধ্বস্ত বৰহাট-বৰপথাৰ সংযোগী একমাত্ৰ কাঠৰ দলং

বৰহাট, ৬জুনঃ ঐতিহাসিক নাহৰ আলি সংযোগী প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘৰ বৰহাটৰ বৰপথাৰ পথৰ ওপৰত অৱস্থিত একমাত্ৰ কাঠৰ দলং খন মেৰামতিৰ অভাবত বৰ্তমান জহি খহি বিধ্বস্ত ৰূপ লৈছে। এই বিধ্বস্ত কাঠৰ দলং খনেৰে দৈনিক সহস্ৰাধিক ৰাইজে একমাত্ৰ কেন্দ্ৰস্থল বৰহাট প্ৰাথমিক স্বাস্থ্য …

মানাহ ভেলী বিকাশ মঞ্চৰ বৃক্ষৰোপন

মানিকপুৰ, ৫ জুনঃ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বঙ্গাইগাঁওৰ মানাহ ভেলী বিকাশ মঞ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷  ভেলী বিকাশ মঞ্চৰ সম্পাদক তথা পৰিৱেশ কৰ্মী আৰফান আলিয়ে তিনিখন বিদ্যালয়ত গছপুলি ৰোপন কৰাৰ লগতে পাঁচ …

ডিআৰডিএ বৃক্ষৰোপন আঁচনি ৰূপায়নৰ নামত বৃহৎ কেলেংকাৰী

ৰঙিয়া, ৫ জুনঃ বিশ্ব পৰিবেশ দিৱসৰ দিনটোতে কামৰূপ জিলাৰ ডিআৰডিএ বৃক্ষৰোপন আঁচনি ৰূপায়নৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে, বিগত বৰ্ষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৃক্ষৰোপনৰ এখন অভিলাসী আঁচনি মুকলি কৰিছিল৷ কামৰূপ জিলাৰ ডিআৰডিএৰ অধীনস্থ ব্লকসমূহত এমজিএনৰেগাৰ জৰিয়তে …

লংকাত কৃতি শিক্ষাৰ্থীক সম্বর্ধনা

লংকা, ৫জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ কৃতি শিক্ষাৰ্থীক এক্সপাৰ্ট কম্পিউটাৰ নামৰ প্ৰতিষ্ঠানটোৱে সম্বর্ধনা জনায়৷ দুয়োটা পৰীক্ষাৰ ফলাফলত লংকাৰ বিভিন্নখন শিক্ষানুষ্ঠানৰ পৰা ডিষ্টিংছন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২১ গৰাকী শিক্ষাৰ্থীক এক্সপাৰ্ট কম্পিউটাৰে একোখনকৈ …

এখন ঐতিহাসিক বজাৰ আৰু ইয়াৰ ৰূপ

বৰহাট, ৫ মেঃ চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বৰুৱাচালি মৌজাৰ বুৰঞ্জী প্ৰসিদ্ধ মোমাই তামুলী বৰবৰুৱাই গঢ়ি থৈ যোৱা এখন ঐতিহাসিক বজাৰ বৰহাট সাপ্তাহিক দেওবৰীয়া বজাৰ৷ অসম-অৰুণাচল সীমান্তৰ দাঁতি কাষৰীয়া অঞ্চলৰ অৰুণাচলী তথা অসম-নাগালেণ্ড সীমান্তৰ ব্যৱসায়ী সকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ স্থানীয় …

পৰিবেশ গঢ়াৰ আহ্বানঃ এজাক বনৰীয়া হাতীৰ

গুৱাহাটী, ৫ জুনঃ পাঁচ জুনত সমগ্ৰ বিশ্বজুৰি পৰিবেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিবেশ দিৱস উদযাপন কৰা হয়। এই দিনটোত পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপনৰ লগতে সজাগতা বৃদ্ধিৰ কাৰণে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। আজি এই দিনটোতে বিভিন্ন চৰকাৰী-বেচৰকাৰী সন্থাৰ …

ঐতিহাসিক কনচেং বৰপাত্ৰ পথৰ জৰাজীৰ্ণ ৰূপ

বৰহাট, ৫ জুনঃ ঐতিহাসিক চৰাইদেউৰ ধোদৰ আলিৰ গড়কাপ্তানী পথটোৰ জৰাজীৰ্ণ অৱস্থাই অঞ্চলবাসীৰ দুৰ্ভোগ ভোগাইছে৷ ধোদৰ আলিৰ পৰা পূৱ দিশে বৰহাট চাহ বাগিচাৰ মাজেৰে প্ৰায় তিনি কিল’মিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক কনচেং বৰপাত্ৰ পুখুৰী সংযোগী পথছোৱা গড়কাপ্তানী বিভাগৰ চূড়ান্ত গাফিলতিত সৰ্ম্পূণ ৰূপে জহি-খহি …