বঙাইগাঁৱত শিশু পুথিভঁৰাল উন্মোচন সমুজ্জ্বল ভট্টাচাৰ্য্যৰ
মানিকপুৰ, ৯ জুনঃ বঙাইগাঁও জিলাৰ পাতিলাদহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পাতিলাদহা বজাৰত থকা আছুৰ কাৰ্যালয়ত এটা শিশু পুথিভঁৰাল উন্মোচন কৰা হয়৷ পাতিলাদহা হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত পুথিভঁৰাল উন্মোচনী সভাত ভাষণ দি আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই কয় যে, পুথি আমাৰ পৰম …