ঐতিহাসিক কনচেং বৰপাত্ৰ পথৰ জৰাজীৰ্ণ ৰূপ
বৰহাট, ৫ জুনঃ ঐতিহাসিক চৰাইদেউৰ ধোদৰ আলিৰ গড়কাপ্তানী পথটোৰ জৰাজীৰ্ণ অৱস্থাই অঞ্চলবাসীৰ দুৰ্ভোগ ভোগাইছে৷ ধোদৰ আলিৰ পৰা পূৱ দিশে বৰহাট চাহ বাগিচাৰ মাজেৰে প্ৰায় তিনি কিল’মিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক কনচেং বৰপাত্ৰ পুখুৰী সংযোগী পথছোৱা গড়কাপ্তানী বিভাগৰ চূড়ান্ত গাফিলতিত সৰ্ম্পূণ ৰূপে জহি-খহি …