ৰঙালী বিহু সন্মিলনৰ আয়োজন
তিতাবৰ, ১২ মেঃ জাননী শইকীয়া সোঁৱৰণি তৃতীয় বাৰ্ষিক ৰঙালী বিহু সন্মিলনখন তিতাবৰৰ গড়আলিৰ ধলিত বাৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিতাবৰ মহকুমা সমিতি আৰু ধলি বালিজান শাখা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ কাৰ্যসূচীৰ আৰম্ভনিতে স্মৃতি …