ধানৰ পৰিৱৰ্তে পতান
মৰিগাঁও,৩০ এপ্ৰিলঃ মৰিগাঁও জিলাৰ বৰো ধানৰ থোকত ধানৰ পৰিৱৰ্তে পতান হোৱাত মুৰে কপালে হাত দিছে কৃষকে। গাঁঠিৰ ধন ভাঙি অধিক পৰিশ্ৰম কৰি কৰা খেতি-পথাৰত ধানৰ পৰিৱৰ্তে পতান হোৱাত কৃষকৰ দুখে কুলাই-পাচি নধৰা হৈছে। জিলাখনৰ বৰচিলা কহুৱা আটি, কুজি সত্ৰ শিলপুখুৰী …