ONN dealers Meet : গুৱাহাটীত লাক্স ইণ্ডাষ্ট্ৰিজৰ উদ্যোগত অ এন এন ডিলাৰ মিট

In ব্যৱসায়, ৰাজ্য
Umra Package

গুৱাহাটী : লাক্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হয় অ এন এন ডীলাৰ মিট (ONN dealers Meet)। কোম্পানীৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিতৰক গুড ভেল্যু মাৰ্কেটিং,পদ্মাবতী এন্টাৰপ্ৰাইছ, শুভম ডিষ্ট্ৰীবিউটৰ আৰু জি এছ এল এন্টাৰপ্ৰাইছৰ সহযোগত গুৱাহাটীৰ নৱতল হোটেলত আয়োজন কৰা এই ডীলাৰ মিটত ভেষ্ট, ব্ৰিফ,ট্ৰাংকছ, বক্সাৰ ছুটছ,লাংগাৰ, টি-চাৰ্টছ,শোক্সকে আদি কৰি বিভিন্ন সামগ্ৰী উত্তৰ পূৱৰ বজাৰৰ বাবে মুকুলি কৰা হয়।

অনুষ্ঠানটোত ডিষ্ট্ৰীবিউটৰ আৰু ডীলাৰ সকলোৰ সৈতে ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে। একেদৰে কেইবাটাও আঁচনি মুকুলি কৰা হয়। অনুষ্ঠানটোত লাক্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ সঞ্চালক ছকেত টোডি, বিছনেছ হেড সঞ্জয় মিট্টাল, স্থানীয় এজেণ্ট সুনীল বোথ্ৰাৰ লগতে কোম্পানীৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিতৰক গুড ভেল্যু মাৰ্কেটিঙৰ বিমল কুমাৰ বাইদ, ৰণজিৎ বোথ্ৰা, যশ বোথ্ৰা, পদ্মাৱতী ইন্টাৰপ্ৰাইছৰ প্ৰবীণ দুগাৰ, শুভম ডিষ্ট্ৰিবিউটৰৰ সুভম আগৰৱাল আৰু জি এছ এল এণ্টাৰপ্ৰাইছৰ অশ্বিনী মুন্দ্ৰা উপস্থিত থাকে।

সন্মিলনত উত্তৰ পূৱৰ ৫০ জনৰো অধিক ডিলাৰে অংশগ্ৰহণ কৰে। মুকুলি কৰা নতুন পোছাক সমূহ সকলোৱে প্ৰশংসা কৰে আৰু গ্ৰহকৰ পৰা বিশেষ সহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu