নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পিষ্টলেৰে গুলীয়াই মৰাৰ ভাবুকি এজন যুৱকৰ। যুৱকজনৰ নাম সুৰজিৎ হৰ্ষ ।

চ’চিয়েল মিডিয়াত পিষ্টল পালে মুখ্যমন্ত্ৰীক গুলীয়াই মাৰিম বুলি ভাবুকি যুৱকজনৰ। ফেচবুকত দিয়া এই পোষ্টটোত যুৱকজনে প্ৰয়োগ কৰিছিল বহু অশ্লীল শব্দ ।

ঘটনা সন্দৰ্ভত অধিবক্তা বেণুধৰ নাথে দিছ্পুৰ থানাত সুৰজিৎ হৰ্ষৰ বিৰুদ্ধে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰিছে।