Assam Rifles : সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলী চালনা অসম ৰাইফলৰ জোৱানৰ
নিউজ ডেস্ক, ২৪ জানুৱাৰী, ২০২৪ : এক ভয়ংকৰ ঘটনা। সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলী চালনা। সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলী চালনা অসম ৰাইফলৰ জোৱানৰ। সতীৰ্থক গুলীয়াই আত্মহত্যা কৰাৰ চেষ্টা জোৱানজনৰ। আহত ৬ জনকৈ জোৱান (Six Assam Rifles Jawan Injured)। আহত সকলক ভৰ্তি …