Boxing : গুৱাহাটীত বক্সিঙৰ মাণ্ডলিক প্ৰতিভা সন্ধানী প্ৰতিযোগিতা অভিলেখ সংখ্যক নৱাগতৰ নাম পঞ্জিয়ন

নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী, ২০২৪ : ভাৰতীয় বক্সিং ফেডাৰেছনে (Indian Boxing Federation) দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা নিৰ্বাচন কৰি ৰাষ্ট্ৰীয় স্তৰত প্ৰশিক্ষণ দিয়াৰ এক অভিলাসী আঁচনি হাতত লৈছে৷ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডৰ সহযোগত ফেডাৰেচনে …

AAP : অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ গভীৰ ষড়যন্ত্ৰৰ জাল মোদী বাহিনীৰ : আপ অসম

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী, ২০২৪ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইণ্ডিয়া এলায়েন্সৰ আম আদমি পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন বুজাবুজিৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে চি বি আইৰ জৰিয়তে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ এক বৃহৎ ষড়যন্ত্ৰ …

AAP : মেয়ৰক আপ নেত্ৰীৰ প্ৰশ্ন-মৃগেন শৰণীয়াই পানী নোখোৱাকৈ জীয়াই থাকিব পাৰিবনে?

গুৱাহাটী ২২ ফেব্ৰুৱাৰী, ২০২৪ : গুৱাহাটী পৌৰ নিগমৰ (GMC) মেয়ৰ মৃগেন শৰণীয়াৰ বিৰুদ্ধে সৰৱ হ’ল আম আদমি পাৰ্টী। বৃহস্পতিবাৰে দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাই সম্পত্তি কৰ আদায়ৰ নামত চৰকাৰে গ্ৰহণ কৰা কঠোৰ সিদ্ধান্তক …

New Sahitya Parishad : নতুন সাহিত্য পৰিষদৰ উদ্যোগত বিজনীত আন্তৰ্জাতিক মাতৃভাষা দিৱস

বিজনী, ২২ ফেব্ৰুৱাৰী, ২০২৪ : “ভাৰতৰ বহুত্ববাদী ভাষা-সংস্কৃতিৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে বৰ্তমানৰ চৰকাৰ (Government)। ভাৰতৰ ক্ষুদ্ৰ ভাষিক তথা সাংস্কৃতিক গোটসমূহক ধ্বংস কৰি ভাৰতৰ বৰ্তমান চৰকাৰে এক ভাষা, এক জাতি, এক সংস্কৃতিৰ নামৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ধাৰণা সম্পূৰ্ণ …

Protest : অনিৰ্দিষ্টকালীন অনশনৰ দ্বিতীয় দিনাও চচল উত্তাল কৰিলে শিলসাঁকোৰ উচ্ছেদিতই

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী, ২০২৪ : অসম বিধানসভা অধিবেশন চলি থকা সময়তে প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰক তীব্ৰ সমালোচনা কৰি সংবাদমেল সম্বোধন কৰাৰ পাছত এইবাৰ মঙলবাৰৰ পৰা চচলৰ নিৰ্ধাৰিত ধর্ণাস্থলীত অবিৰত ধৰ্মঘট কাৰ্যসূচীত বহিছে শিলসাঁকো (Silsaku) উচ্ছেদ প্ৰতিৰোধী ৰাইজ। প্ৰায় দুটা বছৰে শিলসাঁকোৰ …

Unemployed : ৬০ গৰাকী নিবনুৱালৈ কৰ্মসংস্থাপনৰ বাবে গ্ৰাফিক্স ডিজাইন ইউনিট বিতৰণ

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী, ২০২৪ : অসম চৰকাৰৰ জলসম্পদ, সামাজিক ন্যায় আৰু সৱলীকৰণ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে জনতা ভৱনত অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়, অসমৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ অনুসূচীত জাতিৰ …

Child Marriage : বিবাহস্থলীৰ পৰাই আটক দৰা, কইনা আৰু কাজীক

গোলকগঞ্জ, ২১ ফেব্ৰুৱাৰী, ২০২৪ : বিয়া ঘৰত হঠাৎ উপস্থিত হ’ল আৰক্ষীৰ দল। বিবাহস্থলীৰ পৰাই আটক দৰা, কইনা আৰু কাজীক (Police caught Kazi)। দৰা আৰু কইনাৰ অভিভাৱকো আটক কৰি থানালৈ আনিলে আৰক্ষীয়ে। দুই সন্তনাৰ পিতৃ আইনুল হক এগৰাকী ১৩ বছৰীয়া কিশোৰীক …

Theater Festival : ১ মাৰ্চৰ পৰা ৩ মাৰ্চ ২০২৪ লৈ অনুষ্ঠিত হ’ব পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী, ২০২৪ : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত অভিজ্ঞানমে অহা ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ (Adingiri Theater Festival) ২০২৪ আয়োজন কৰিবলৈ সাজু হৈছে। এইবাৰ গুৱাহাটীৰ দুটা স্থানত আয়োজন কৰা হ’ব এই …

Chanakya Academy : এপিএছচি ২০২৩ ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ্থীৰ বাবে চাণক্য আইএছ একাডেমীৰ ছেমিনাৰ

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী, ২০২৪ : চাণক্য আইএছ একাডেমীয়ে এপিএছচি (APSC) ২০২৩ ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ্থীৰ বাবে বিনামূলীয়া ছেমিনাৰৰ আয়োজন কৰে। এই ছেমিনাৰত আগন্তুক পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কীয় আলোচনা কৰাৰ লগতে পৰীক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়োৱা হয়। ছেমিনাৰত উপস্থিত থাকে এপিএছচি চিচিই ২০২২ …

Purabi Dairy : গুৱাহাটীৰ খানাপাৰাৰ মাৰৱেটস্থিত আইঅ’চিএল পেট্ৰ’ল পাম্পত দুগ্ধ বিপনী স্থাপন পূৰবী ডেইৰীৰ

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী, ২০২৪ : উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে ভাৰতীয় তেল নিগম(আইঅ’চিএল)ৰ সহযোগিতাত খানাপাৰাৰ আইঅ’চিএল পেট্ৰ’ল পাম্প মাৰৱেটত সোমবাৰে পূৰ্ব-নিৰ্মিত দুগ্ধ বিপনী স্থাপন কৰে। পূৰবী ডেইৰী ব্ৰেণ্ডক পৰিচালনা কৰা পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় ইউনিয়ন লিমিটেডে (WAMUL) গুৱাহাটীৰ …