Indian Air Force : ভাৰতীয় বায়ু সেনাৰ বিমান দুর্ঘটনাত দুজন পাইলটৰ মৃত্যু

নিউজ ডেস্ক, ৪ ডিচেম্বৰ, ২০২৩ : ভাৰতীয় বায়ু সেনাৰ প্ৰশিক্ষণ বিমান দুর্ঘনগ্ৰস্ত (IAF Aircraft Crashes)। বিমান দুর্ঘটনাত বায়ু সেনাৰ দুজন পাইলটৰ মৃত্যু। মৃত্যু হোৱা পাইলট দুজনৰ ভিতৰত এজন প্ৰশিক্ষক, আনহাতে আনজন বায়ু সেনাৰ প্ৰশিক্ষাৰ্থী। দুর্ঘটনাৰ কাৰণ বর্তমানলৈকে জানিব পৰা হোৱা …

Police Firing : আৰক্ষীৰ গুলী চালনা : আৰক্ষীৰ গুলীত নিহত এজন ড্ৰাগছ সৰবৰাহকাৰী

আমিনগাঁও, ৩ ডিচেম্বৰ, ২০২৩ : আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত গুলীয়াগুলী। আৰক্ষীৰ গুলীত নিহত এজন ড্ৰাগছ সৰবৰাহকাৰী (Drugs Paddler Encounter)। এগৰাকী মহিলা কনষ্টিবল, এজন ড্ৰাগছ সৰবৰাহকাৰী আৰু এজন সাধাৰণ নাগৰিক আহত। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ। এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ …

Land Dispute : ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি : চাৰিটাকৈ বাসগৃহ জ্বলি ভস্মীভূত

নগাঁও, ২ ডিচেম্বৰ, ২০২৩ : ভূমিক কেন্দ্ৰি কৰি দুই ফৈদৰ মাজত ভয়ংকৰ সংঘাত। আহত কেইবাজনো লোক (Injured Several People)। অগ্নি সংযোগ চাৰিটাকৈ বাসগৃহত। জ্বলি ভস্মীভূত হ’ল বাসগৃহ চাৰিটা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। …

Man-Elephant Conflict : বনৰীয়া হাতীৰ আক্ৰমণত পথাৰত ধান ডাবলৈ যোৱা এগৰাকী মহিলাৰ মৃত্যু

গোৱালপাৰা, ১ ডিচেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু (Wild Elephant Killed One)। বনৰীয়া হাতীৰ আক্ৰমণত পথাৰত ধান ডাবলৈ যোৱা এগৰাকী মহিলাৰ মৃত্যু। বন বিভাগৰ লোক ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ। বন বিভাগৰ ওপৰত ক্ষোভ স্থানীয় ৰাইজৰ। বনৰীয়া …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ১৩ খন ৰে’ল কোচ ৰেষ্টুৰেণ্ট মুকলি

নিউজ ডেস্ক, ১ ডিচেম্বৰ, ২০২৩ : যাত্ৰীসকলক আহাৰ গ্ৰহণৰ এক অনন্য পৰিৱেশ প্ৰদান কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ প্ৰধান ষ্টেচন আৰু পইণ্টসমূহত ৰে’ল কোচ ৰেষ্টুৰেণ্ট (Rail Coach Restaurant) মুকলি কৰি আহিছে। এই ৰেষ্টুৰেণ্টসমূহ ৰে’ল যাত্ৰীসকলৰ লগতে সাধাৰণ ৰাইজক …

Hawala : হাৱালা চক্ৰৰ পৰা ধন হৰলুকীৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু সাংবাদিক

গুৱাহাটী, ৩০ নৱেম্বৰ, ২০২৩ : আৰক্ষীৰ জালত আৰক্ষী আৰু সাংবাদিক (Police and Journalist Arrested)। হাৱালা চক্ৰৰ পৰা ধন হৰলুকীৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু সাংবাদিক। দুজন আৰক্ষী বিষয়া, এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন লোকক আটক। এই চাৰিজনৰ কবলৰ পৰা …

Opposition : ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ ৰাজনৈতিক অভিৱৰ্তন সম্পন্ন

ডিব্ৰুগড়, ৩০ নৱেম্বৰ, ২০২৩ : বিৰোধী ঐক্য মঞ্চৰ ১৫ টা দলৰ প্ৰায় শতাধিক প্ৰতিনিধিৰ উপস্থিতিত বৃহস্পতিবাৰে এখন ৰাজনৈতিক অবিৱৰ্তন অনুষ্ঠিত হয় ডিব্ৰুগড়স্থিত (Dinrugarh) এইছ এম ৰিজ’ৰ্টত। বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত ১৫ টা বিৰোধী দলৰ প্ৰতিনিধি সভাত …

Environment : পৰিৱেশ ৰক্ষাৰ বাবে নহয়, পৰিবেশ ধ্বংসৰ বাবেহে চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন : আপ

গুৱাহাটী, ২৯ নৱেম্বৰ, ২০২৩ : পৰিৱেশ ৰক্ষাৰ বাবে নাইবা বনাঞ্চল বৃদ্ধিৰ বাবে নহয়, কেৱল মাথোঁ গীনিজ ৰেকৰ্ড কৰাৰ বাবেহে আছিল চৰকাৰৰ ‘অমৃত বৃক্ষ আন্দোলন’। এই মন্তব্য আপ অসমৰ (AAP Assam) ৰাজ্যিক উপ সভাপতি জিতুল ডেকাৰ। তিনি লাখ গছপুলি ৰোপন কৰি …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ

নিউজ ডেস্ক, ২৮ নৱেম্বৰ, ২০২৩ : উৎসৱৰ (Festival Session) ভিৰৰ সময়ত উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ সকলো গুৰুত্বপূৰ্ণ ষ্টেচন আৰু ৰে’লত পৰিকল্পিতভাৱে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে। এই বতৰত, বহুতো যাত্ৰীয়ে নিজ নিজ ঘৰলৈ আহিবলৈ দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰে। এনেধৰণৰ …

Man-Elephant Conflict : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী কিশোৰী

ডুমডুমা, ২৭ নৱেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী কিশোৰী। নিশা নাম-কীৰ্তন চাই ঘৰলৈ আহি থকা অৱস্থাত বাটত কিশোৰী গৰাকীক আক্ৰমণ কৰে বনৰীয়া হাতীৰ জাকে। বনৰীয়া হাতীৰ (Wild Elephant) আক্ৰমণত কিশোৰী গৰাকীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ …