Maniram Dewan Trade Centre : গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চতুৰ্থ সংখ্যক নৰ্থ-ইষ্ট ফুডটেকৰ শুভ উদ্বোধন
গুৱাহাটী, ২৬ জানুৱাৰী, ২০২৪ : পুনৰ গুৱাহাটীলৈ উভতি আহিছে বহু প্ৰত্যাশিত বাণিজ্য প্ৰদৰ্শনী নৰ্থ-ইষ্ট ফুডটেক-২০২৪ (North East Food Tech)। বিগত তিনিটা সংস্কৰণৰ অভূতপূৰ্ব সাফল্যৰ পিছত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নৰ্থ-ইষ্ট ফুডটেকৰ এই বছৰ অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক সংস্কৰণৰ শুভ …