Foodtech : ২৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব চতুৰ্থ সংখ্যক নৰ্থ-ইষ্ট ফুডটেক-২০২৪

গুৱাহাটী, ২১ জানুৱাৰী, ২০২৪ : পূৰ্বৰ তিনিটা সংস্কৰণৰ বৃহৎ সফলতাৰ পিছত, খাদ্য আৰু আতিথ্য উদ্যোগৰ বাবে এক গুৰুত্বপূৰ্ণ বাণিজ্য প্ৰদৰ্শনী চতুৰ্থ নৰ্থ-ইষ্ট ফুডটেক-২০২৪ পুনৰ অনুষ্ঠিত হ’ব গুৱাহাটীত। এই দ্বিবাৰ্ষিক ব্যৱসায়-পৰা-ব্যৱসায় (বি টু বি) অনুষ্ঠানটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক সামৰি অঞ্চলটোৰ খাদ্য আৰু …

NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰুফ টপ চ’লাৰ পেনেলৰ দ্বাৰা ৬১১০ কেডব্লিউপি শক্তি উৎপাদন

নিউজ ডেস্ক, ২০ জানুৱাৰী, ২০২৪ : ভাৰতীয় ৰে’লৱেই (Indian Railway) ২০৩০ চনৰ ভিতৰত নেট জিৰো কাৰ্বন নিৰ্গমনৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ কঠোৰ প্ৰচেষ্টা চলাই আহিছে। জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াসত, উত্তৰ-পূব সীমান্ত ৰে’লৱেই সমগ্ৰ অঞ্চলত সৌৰ শক্তি প্ৰকল্প স্থাপন …

Barter System : বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিবলৈ পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিল মামা-মামী সকল

জাগীৰোড, ১৯ জানুৱাৰী, ২০২৪ : মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় ঐতিহাসিক জোনবিল মেলা (Joonbeel Mela)। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা জোনবিল মেলাৰ সমাপ্তি ঘটিব শনিবাৰে। বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিবলৈ জোনবিলৰ পাৰত পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিল …

War Against Drugs : বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী

শিলচৰ, ১৯ জানুৱাৰী, ২০২৪ : পুনৰ অসম আৰক্ষীৰ জালত পৰিল তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী (Three Arrested With Drugs)। বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল মণিপুৰৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী। বুজন পৰিমাণৰ হে’ৰইন আৰু নিচাযুক্ত টেবলেট জব্দ। চাবোনৰ বাকচত অতি কৌশলেৰে লুকুৱাই আনিছিল …

NF Railway : ভাৰতীয় ৰে’লৱেৰ ৫৯৭ টা ৰে’লৱে ষ্টেচনত দিব্যাংগজন অনুকূল ব্যৱস্থা প্ৰদান

নিউজ ডেস্ক, ১৮ জানুৱাৰী, ২০২৪ : ভাৰতীয় ৰে’লৱেৰ (Indian Railway) ৫৯৭ টা ৰে’লৱে ষ্টেচনত দিব্যাংগজন অনুকূল ব্যৱস্থা প্ৰদান। যাত্ৰীসকলৰ সুগমতাৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ষ্টেচনত নতুন লিফ্ট, এস্কেলেটৰ আৰু এফ.ও.বিৰ সংযোজন। ভাৰতীয় ৰে’লৱেই ইয়াৰ ৰে’ল ষ্টেচন আৰু ৰে’লসমূহক ভাৰত চৰকাৰৰ “সুগম্য ভাৰত …

Jagiroad : জাগীৰোডত নতুন ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

জাগীৰোড, ১৮ জানুৱাৰী, ২০২৪ : জাগীৰোডত নতুন ৰেচন কাৰ্ড (Ration Card) বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ। জাগীৰোড বিধানসভা সমষ্টিত নতুনকৈ ১৩৭০২ টা পৰিয়ালে লাভ কৰিলে ৰেচন কাৰ্ড। অসম চৰকাৰৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা জাগীৰোড বিধানসভা …

Bhogali : ভোগালীৰ বতৰত বিক্ৰীৰ অভিলেখ পূৰৱী ডেইৰীৰ

গুৱাহাটী, ১৭ জানুৱাৰী, ২০২৪ : ভোগালীৰ বতৰত গাখীৰ আৰু দুগ্ধাজাত সামগ্ৰীৰ অভূতপূৰ্ব বিক্ৰীৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰৱী ডেইৰীয়ে (Purabi Dairy)। মাঘ বিহুৰ সময়ছোৱাত সমবায়খনৰ বিক্ৰী অভিলেখে তেওঁলোকৰ সৈতে জড়িত দুগ্ধ পালক আৰু অংশীদাৰসকলৰ মাজত আনন্দৰ …

Dhupdhara : ধূপধৰাত জিলাভিত্তিক শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ১৩৬ তম্ জন্ম মহোৎসৱৰ বিশাল প্ৰস্তুতি

ধূপধৰা, ১৭ জানুৱাৰী, ২০২৪ : ধূপধৰাত জিলাভিত্তিক শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ (Sri Sri Thakur Ankul Chandra) ১৩৬ তম্ জন্ম মহোৎসৱৰ বিশাল প্ৰস্তুতি। চলিত জানুৱাৰী মাহৰ ২১ তাৰিখ দেওবাৰে দিনব্যাপী বিভিন্ন মাঙ্গলিক অনুষ্ঠান সূচীৰে ধূপধৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত …

Protest : চৌদিশে ভোগৰ ভোগালীৰ উছাহৰ বিপৰীতে পুনৰ সংস্থাপনৰ দাবীত শিলসাঁকোবাসী বহিল দুদিনীয়া অনশনত

গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৪ : চৌদিশে ভোগৰ ভোগালীৰ উছাহৰ বিপৰীতে পুনৰ সংস্থাপনৰ দাবীত শিলসাঁকোবাসী (Silsaku) বহিল দুদিনীয়া অনশনত। অনশনস্থলীত মেজি জ্বলাই অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী চিন্তা-চেতনা বিনাশ হোৱাৰ কামনা কৰে শিলসাঁকোবাসীয়ে। প্ৰায় দুটা বছৰৰ পূৰ্বে উচ্ছেদিত হৈ এহেজাৰৰো অধিক থলুৱা …

Meji : অপায় অমংগল দূৰ কৰা আৰু মানৱ জাতিৰ মংগল কামনাৰে মেজিত অগ্নি সংযোগ

গুৱাহাটী, ১৫ জানুৱাৰী, ২০২৪ : ৰাজ্যজুৰি মাঘ বিহু উপলক্ষে উখল মাখল পৰিৱেশ। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী, ইয়াৰ অনা এটা নাম মাঘ বিহু (Magh Bihu)। মাঘ বিহুৰ আগদিনা উৰুকাৰ নিশা মেজিৰ তলত সকলোৱে …