Drugs Seized : ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ প্ৰায় ৫ কোটি টকাৰ হেৰ’ইন

শিলচৰ, ৭ নৱেম্বৰ, ২০২৩ : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) আন এক বৃহৎ সাফল্য। এখন ট্ৰাকৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা। ড্ৰাগছখিনিৰ লগত আটক মণিপুৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। অধিক …

Goalpara Firing : ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ দল আৰু আৰক্ষীৰ মাজত গুলীয়া গুলী

গোৱালপাৰা, ৭ নৱেম্বৰ, ২০২৩ : ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ দল আৰু আৰক্ষীৰ মাজত গুলীয়া গুলী। আৰক্ষীৰ গুলীত নিহত দুজন ডকাইত (Two Robber Killed)। ডকাইতৰ গুলীত আহত হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। এজন আৰক্ষী জোৱানো আহত হোৱা বুলি জানিব পৰা গৈছে। পিষ্টল, সজীৱ …

Home Guard : গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে ১ কেজি সোণ লুটি নিয়াৰ অভিযোগ

গুৱাহাটী, ৬ নৱেম্বৰ, ২০২৩ : গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে ডকাইতি কাণ্ড সংঘটিত কৰাৰ অভিযোগ। ১ কেজি সোণ লুটি (Gold Robbery) নিয়াৰ অভিযোগ গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে। অবৈধভাৱে সোণ সৰবৰাহ কৰা চক্ৰৰ পৰা তিনিজন গৃহৰক্ষী জোৱানে সোণ লুটি নিয়াৰ অভিযোগ। সম্প্ৰতি পলাতক অৱস্থাত …

Bee Attack : নাগ্ৰিজুলীৰ ভাওৰাগুৰি গাঁৱত বৰ-মৌৰ আক্ৰমণত নিহত এজন লোক

তামুলপুৰ, ৫ নৱেম্বৰ, ২০১৩ : এক শোকাবহ ঘটনা। বৰ-মৌৰ আক্ৰমণত নিহত হৈছে এজন লোক (One Killed)। কচু আনিবলৈ যাওঁতে লোকজনক আক্ৰমণ কৰে বৰ-মৌৰ জাকে। আহত লোকজনক উন্নত চিকিৎসাৰ বাবে ৰঙিয়ালৈ নি থকা অৱস্থাত আধা বাটতে লোকজন মৃত্যুক আঁকোৱালি লয়। ঘটনাক …

Imam Murder : ফজৰৰ নামাজৰ সময়তে মছজিদৰ ইমামক ডিঙি কাটি হত্যা

মাকুম, ৫ নৱেম্বৰ, ২০২৩ : এক নৃশংস হত্যাকাণ্ড। মছজিদৰ ইমামক নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই। ফজৰৰ নামাজৰ সময়তে মছজিদৰ ইমামজনক ডিঙি কাটি হত্যা কৰিলে দুৰ্বৃত্তই (Makum Imam Murder)। এজন লোকে হত্যাকাৰীজনক আটক কৰিবলৈ চেষ্টা চলাই বিফল। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। …

Cattle Smuggler : আৰক্ষীৰ গুলীত আহত এজন চোৰাং গৰু সৰবৰাহকাৰী

ধুবুৰী, ৫ নৱেম্বৰ, ২০২৩ : পুনৰ আৰক্ষীৰ গুলী চালনা। চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা (Police Firing)। আৰক্ষীৰ গুলীত আহত এজন চোৰাং গৰু সৰবৰাহকাৰী। আৰক্ষীৰ জালত পৰে আন দুজন চোৰাং গৰু সৰবৰাহকাৰী। এখন বলেৰ’ বাহনত গৰুৰ মুখ বান্ধি …

Two Arrested : উৎকোচ লৈ হাত দাঙিলে দুজন লাট মণ্ডলে

গুৱাহাটী, ৪ নৱেম্বৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল দুজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। এজন চৰকাৰী কৰ্মচাৰীয়ে ২ হাজাৰ …

War Against Drugs : দীর্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা নাজিমা খাতুন পৰিল জালত

সোণতলী, ৪ নৱেম্বৰ, ২০২৩ : ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী নাজিমা খাতুন (One Arrested With Drugs)। দীর্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা নাজিমা খাতুন অৱশেষত পৰিল জালত। ড্ৰাগছৰ পেকেট আৰু ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাজিমা খাতুনক। গোপন খবৰৰ …

Ganja : আৰক্ষীৰ অভিযানত বিস্কুট, চিপছ আৰু নুডলছৰ পেকেটৰ পৰা উদ্ধাৰ পৰিমাণৰ গাঞ্জা

বঙাইগাঁও, ৪ নৱেম্বৰ, ২০২৩ : বিস্কুট, চিপছ আৰু নুডলছৰ পেকেটত গাঞ্জা। আৰক্ষীৰ অভিযানত বিস্কুট, চিপছ আৰু নুডলছৰ পেকেটৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ গাঞ্জা। আটক তিনি গৰাকী গাঞ্জা সৰবৰাহকাৰী (Ganja Smuggling) মহিলা। মহিলা তিনি গৰাকীৰ লগত আছে পাঁচটিকৈ শিশু। অধিক তথ্যৰ …

Fake Currency : নকল টকা বিক্ৰীৰ কৰিবলৈ আহি জালত পৰিল মহিলাসহ চাৰি নকল টকা ব্যৱসায়ী

নগাঁও, ৪ নৱেম্বৰ, ২০২৩ : নকল টকা আৰু নকল টকা বনোৱা মেচিনসহ আটক চাৰিজন (Fake Currency)। ইয়াৰে এগৰাকী মহিলা। নকল টকা বিক্ৰী কৰিবলৈ যাওঁতে আৰক্ষীৰ অভিযানত জালত পৰে নকল টকা চক্ৰৰ এগৰাকী মহিলাসহ চাৰিজন সদস্য। মহিলা গৰাকীৰ নাগালেণ্ডৰ বাসিন্দা। আনহাতে …