Sport : ৰাষ্ট্ৰীয় জুনিয়ৰ, ছাব-জুনিয়ৰ কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত মৰিগাঁৱৰ বিক্ৰম জ্যোতি কোঁৱৰ আৰু দৰ্শন বৰদলৈৰ ৰূপ অৰ্জন
গুৱাহাটী, ১১ ফেব্ৰুৱাৰী, ২০২৪ : মধ্যপ্ৰদেশৰ ভূপালত ৯ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত ৩৪ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ, ছাব-জুনিয়ৰ কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত মৰিগাঁও (Morigaon) জিলাৰ দুগৰাকী খেলুৱৈয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। খেলুৱৈ দুগৰাকীয়ে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ৰূপৰ পদক অৰ্জন …