Assam Jatiya Parishad : লেহেমীয়া আৰু আসোঁৱাহপূৰ্ণ পথ নিৰ্মাণৰ পৰিণতিতে দেৰগাঁৱৰ দুৰ্ঘটনা : অজাপ
গুৱাহাটী, ৩ জানুৱাৰী, ২০২৪ : অবৈধ কয়লা পৰিবাহী ট্ৰাক আঢ়ৈশ কিলোমিটাৰ দূৰৰ দেৰগাঁৱলৈকে কেনেকৈ আহিবলৈ পালে বুলি প্ৰশ্ন অসম জাতীয় পৰিষদৰ। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ (DGP, Assam) পৰা ইয়াৰ উত্তৰ বিচাৰিছে আঞ্চলিক ৰাজনৈতিক দলটোৱে। লেহেমীয়া আৰু আসোঁৱাহপূৰ্ণ পথ নিৰ্মাণৰ পৰিণতিতে …