Khelo India University Game : চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানত পাপনৰ মায়াময় সংগীতানুষ্ঠান
গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী, ২০২৪ : প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত ‘চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মী’ৰ অহা ১৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত (Indira Gandhi Athletic Stadium) অনুষ্ঠিত হ’বলগা উদ্বোধনী অনুষ্ঠানে সকলোকে ৰোমাঞ্চিত কৰি তুলিব৷ উল্লেখ্য যে …