NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা কেইবাটাও ট্ৰেক নৱীকৰণৰ কাম গ্ৰহণ
নিউজ ডেস্ক, ১৬ ডিচেম্বৰ, ২০২৩ : যথাযথ অৱস্থাত ৰে’লপথসমূহৰ ৰক্ষণাবেক্ষণ আৰু ৰে’ল যাত্ৰীসকলক এক সুৰক্ষিত আৰু আৰামদায়ক যাত্ৰা প্ৰদান কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰে’লৱেই চলিত বৰ্ষৰ নৱেম্বৰ মাহত কেইবাটাও ট্ৰেক (Railway Track) নৱীকৰণৰ কাম হাতত লয়। নৱেম্বৰ মাহত ২১.২৯ …