Special Rail : যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে আৰু কেইখনমান বিশেষ ৰে’ল
নিউজ ডেস্ক, ১১ ডিচেম্বৰ, ২০২৩ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) যাত্ৰীসকলৰ সুবিধাৰ বাবে আৰু কেইখনমান ৱান ৱে বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ ৰে’লসমূহ নিউ জলপাইগুড়ী-দিল্লী জংচন, ডিব্ৰুগড়-বদোদৰা জংচন আৰু ৰঙাপাৰা নৰ্থ-ছেকেন্দ্ৰাবাদ ৰে’ল ষ্টেচনৰ মাজত এটা ট্ৰিপৰ …