Elephant Safari : হাতী চাফাৰীৰ বাবে আসন দিব নোৱৰাৰ বাবেই বন বিষয়াক আটক
কাজিৰঙা, ২২ ডিচেম্বৰ, ২০২৩ : বিতৰ্কত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক (Superintendent Of Police) ৰাজেন সিঙ। ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে। হাতী চাফাৰীৰ বাবে আসন দিব নোৱৰাৰ বাবেই এগৰাকী বন বিষয়াক আটক …