Child Marriage : ৰাজস্থানৰ পৰা অসমত বিয়া পাতিবলৈ আহি, হ’ল ৰঙা ঘৰৰ আলহী
লংকা, ১০ অক্টোবৰ, ২০২৩ : ৰাজস্থানৰ পৰা অসমত বিয়া পাতিবলৈ আহি, হ’ল ৰঙা ঘৰৰ আলহী। দৰাসহ (Groom) বৰযাত্ৰী এতিয়া ৰঙা ঘৰত। এহৰকী নাবালিকাক বিয়া পাতিবলৈ আহিছিল ৰাজস্থানৰ কেইজনমান লোক। নাবলিকা গৰাকীৰ মাতৃয়ে নাবলিকা গৰাকীক বিয়া দিবলৈ অমান্তি হোৱাৰ পিছতো জোৰকৈ …