Lakme Fashion Week : লেকমে ফেশ্বন উইকত সংযুক্তা দত্তৰ শ্ব’ষ্টপাৰ হৈ খোজ দিলে বলিউড অভিনেত্ৰী আদা শৰ্মা
নিউজ ডেস্ক, ১৫ অক্টোবৰ, ২০২৩ : লেকমে ফেশ্বন উইকৰ ৰাণৱেক নিজৰ অপূৰ্ব সৃষ্টিশীলতাৰে সজীৱ কৰি তুলিলে দেশৰ ফেশ্বনৰ জগতৰ দূৰদৰ্শী ডিজাইনাৰ সংযুক্তা দত্তই (Sanjukta Dutta)। লেকমেৰ আজি শেষ দিনটোত “সপোন” শীৰ্ষক এক মনোমোহা সংগ্ৰহেৰে সংযুক্তা দত্তই দৰ্শকক মন্ত্ৰমুগ্ধ কৰি পেলায়। …