Road Accident : নতুন গাড়ীখন লৈ ফুৰিবলৈ ওলাই আহি প্ৰাণ হেৰুৱালে দুই বন্ধু
বৰপেটা, ৫ অক্টোবৰ, ২০২৩ : এদিন পূৰ্বে কিনিছিল নতুন গাড়ী। নতুন গাড়ীখন লৈ ফুৰিবলৈ ওলাই আহি প্ৰাণ হেৰুৱালে দুই বন্ধু (Two killed in a road accident)। ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত দুই বন্ধু। তীব্ৰ বেগী ডাম্পাৰ লগত মুখামুখি সংঘর্ষ নতুন …