Road Accident : তীব্ৰ বেগী ডাম্পাৰ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এজন নিহত
দুলীয়াজানত, ২ অক্টোবৰ, ২০২৩ : তীব্ৰ বেগী ডাম্পাৰ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এজন নিহত (One Killed)। গুৰুত্বৰভাৱে আহত দুজনকৈ লোক। আহত এজন যুৱক আৰু এগৰাকী যুৱতীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। যুৱতী গৰাকীক চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰে চিকিৎসকে। দুর্ঘটনাস্থলীৰ পৰা …