Brahmaputra River : ব্ৰহ্মপুত্ৰ নদীৰ মাজত সংঘটিত হৈছে ডকাইতিকাণ্ড
বিলাসীপাৰা, ১০ অক্টোবৰ, ২০২৩ : এইবাৰ নদীত ডকাইতিকাণ্ড (Robbery)। ব্ৰহ্মপুত্ৰ নদীৰ মাজত সংঘটিত হৈছে এক ডকাইতিকাণ্ড। নাৱেৰে ব্ৰহ্মপুত্ৰ নদীত যাত্ৰাৰ পথত ব্যৱসায়ীক লুটিলে ডকাইতৰ দলে। ২০ জনীয়া ডকাইতৰ দল এটাই লুটি নিলে ২০ লক্ষাধিক টকা। ডকাইতৰ দলটোৰ আক্ৰমণত আহত হৈছে …