NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সতৰ্কতা সজাগতা সপ্তাহ ২০২৩ উদযাপন 

গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৩ : ভাৰতক দুৰ্নীতিমুক্ত (Corruption Free) আৰু এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা সতৰ্কতা সজাগতা সপ্তাহ ২০২৩ উদযাপন। উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ সমগ্ৰ মণ্ডল, ৱৰ্কশ্বপ আৰু নিৰ্মাণ ক্ষেত্ৰ গোটসমূহত ৩০ …

Dhupdhara Road Accident : তিনিখন বাহনৰ মাজত সংঘর্ষ : থিতাতে নিহত ১ জন, চিকিৎসাধীন অৱস্থাত মৃত্যু ৩ জনৰ

গোৱালপাৰা, ৩০ অক্টোবৰ, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনা। তিনিখন বাহনৰ মাজত হোৱা সংঘর্ষত থিতাতে নিহত হয় ১ জন লোক, আনহাতে চিকিৎসাধীন অৱস্থাত ৩ জনকৈ লোকৰ মৃত্যু হয় (Four Killed In A Road Accident)। দুর্ঘটনাত আহত হোৱা কেইবাজনো লোকক ততাতৈয়াকৈ …

Bengaluru Fire Incident : ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৪০ খনতকৈও অধিক বাছ

নিউজ ডেস্ক, ৩০ অক্টোবৰ, ২০২৩ : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত ৪০ খনতকৈও অধিক বাছ (Fire incident in Veerbhadra Nagar)। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। জুই নিৰ্বাপন কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ …

Kerala : কেৰেলাত ধাৰাবাহিক বিস্ফোৰণত ১ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৯ অক্টোবৰ, ২০২৩ : পাঁচ চেকেণ্ডৰ ব্যৱধানত তিনিটাকৈ বিস্ফোৰণ। খ্ৰীষ্টান ধৰ্মীয় লোক সকলৰ প্ৰাৰ্থনা সভাত সংঘটিত হৈছে এই ৩ টাকৈ বিস্ফোৰণ। বিস্ফোৰণত ১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৩৬ জনকলৈ লোক (One Killed 36 Injured)। মুখ্যমন্ত্ৰী …

Kamakhya Temple : শক্তিপীঠ কামাখ্যা ধামত ধৰ্ষণৰ বলি এটি ১০ বছৰীয়া কিশোৰী

গুৱাহাটী, ২৯ অক্টোবৰ, ২০২৩ : শক্তিপীঠ কামাখ্যা ধামত জঘন্য কাণ্ড। শক্তিপীঠ কামাখ্যা ধামত ধৰ্ষণৰ বলি এটি ১০ বছৰীয়া কিশোৰী (Minor Gir Rape)। নিশাৰ ভাগত মাতৃৰ সন্মুখতে ধৰ্ষণ কৰা হয় ১০ বছৰীয়া কিশোৰী গৰাকীক। ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীৰ মাতৃৰ অভিযোগত …

Dr Hiren Gohain : ড° হীৰেন গোহাঁইয়ে উন্মোচন কৰিলে জুৰী বৰা বৰগোহাঞিৰ “কেম’ফ্লেজ্”

গুৱাহাটী, ২৯ অক্টোবৰ, ২০২৩ : অসম তথা উত্তৰ-পূৱৰ যি সন্ত্ৰাস-জৰ্জৰিত পৰিৱেশ-পৰিস্থিতি, সি সামগ্ৰিকভাৱে মানুহৰ জীৱনত কিমান প্ৰভাৱ পেলাইছে তাৰ লেখ নাই। ইয়াৰ দ্বাৰা আটাইতকৈ প্ৰভাৱিত হৈছে প্ৰান্তীয় অঞ্চলৰ মানুহবোৰ। বিচিত্ৰ অভিজ্ঞতা, যাতনা, শোষণ নিপীড়নৰ কাহিনী প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ আছে। এই …

Suwansiri Hydropower Project : পুঁজিপতিৰ স্বাৰ্থত জলবোমা নিৰ্মাণ কৰি জীৱ কুললৈ ভাবুকি আনিছে : ডঃ দিব্যজ্যোতি শইকীয়া

লখিমপুৰ, ২৮ অক্টোবৰ, ২০২৩ : ৰাজ্যৰ সাধাৰণ নাগৰিক, সচেতন মহল, বিভিন্ন সন্থা, দল-সংগঠন, বিশেষজ্ঞ সমিতিয়ে আশংকা কৰাৰ দৰেই নদীবান্ধৰ বিৰূপ প্ৰভাৱ এতিয়া সকলোৰে সন্মুখত। যাৰ ফলশ্ৰুতিত নদীপৰীয়া ৰাইজ, লখিমপুৰ, ধেমাজি, দেৰগাঁৱ আৰু মাজুলীবাসী ৰাইজ এতিয়া গভীৰ আতংক আৰু শংকাৰ মাজত। …

Amrit Kalash Yatra : মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত অসমৰ পৰা নতুন দিল্লীলৈ অমৃত কলহ কঢ়িয়াই অনা যাত্ৰীক নতুন দিল্লীত ভব্য আদৰণি মন্ত্রী বিমল বড়াৰ

নিউজ ডেস্ক, ২৮ অক্টোবৰ, ২০২৩ : স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্য্যসূচীৰ চূড়ান্ত পৰ্যায়ত কেন্দ্রীয় চৰকাৰে হাতত লোৱা “মোৰ মাটি মোৰ দেশ” শীৰ্ষক অনুষ্ঠানৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাত অসমৰ বিভিন্ন জিলাৰ পৰা সংগ্ৰহ কৰা মাটিৰ কলহ কঢ়িয়াই ৰে’লেৰে নতুন দিল্লীত উপস্থিত হোৱা …

Suwansiri : সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই এদিন প্ৰলয়ৰ সৃষ্টি কৰিব : ডঃ দিব্যজ্যোতি শইকীয়া

লখিমপুৰ, ২৭ অক্টোবৰ, ২০২৩ : লখিমপুৰৰ সোৱণশিৰী নদী হঠাৎ অস্বাভাৱিকভাৱে শুকাই গৈছে। নামনিত নৈৰ তৰাং বুকুত মাছ ধৰিছে ৰাইজে। প্ৰশাসনে ৰেড এলার্ট জাৰি নকৰিলে নামনিত জল প্ৰলয়ৰ আশংকা, কৰা হৈছে। প্ৰাপ্ত খৱৰ মতে ড্ৰাইভাৰশ্যনেল টানেলৰ সন্মুখত পাহাৰ খহি বন্ধ হৈ …

Assam Police : আৰক্ষীৰ নিৰ্যাতনৰ বাবে এজন যুৱকৰ আত্মহত্যা সন্দৰ্ভত ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

লখিমপুৰ, ২৭ অক্টোবৰ, ২০২৩ : আৰক্ষীৰ নিৰ্যাতনৰ বাবে এজন যুৱকৰ আত্মহত্যা সন্দৰ্ভত ডঃ দিব্যজ্যোতি শইকীয়াৰ (Dibyajyoti Saikia) প্ৰতিক্ৰিয়া। আৰক্ষীৰ নিৰ্যাতনৰ বাবে দেৰগাঁৱত এজনে যুৱকে আত্মহত্যা কৰা ঘটনাক এক মানৱ অধিকাৰ উলঙ্ঘনৰ ঘটনা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ …