Agriculture News : জাপানৰ কৃষিখণ্ডত অসমৰ প্ৰশিক্ষিত যুৱপ্ৰজন্মৰ নিযুক্তিৰ সন্দৰ্ভত জাপানৰ কৃষি মন্ত্ৰ্যালয়ৰ নেতৃত্বৰ সৈতে গুৱাহাটীত মত বিনিময় কাৰ্যসূচী
গুৱাহাটী, ২৬ আক্টোবৰ, ২০২৩ : জাপানৰ কৃষিখণ্ডত (Japan Agriculture) অসমৰ প্ৰশিক্ষিত যুৱপ্ৰজন্মৰ নিযুক্তিৰ সন্দৰ্ভত জাপানৰ কৃষি মন্ত্ৰ্যালয়ৰ নেতৃত্বৰ সৈতে গুৱাহাটীত মত বিনিময় কাৰ্যসূচী। কৃষি ক্ষেত্ৰৰ প্ৰতি যুৱপ্ৰজন্মৰ আকৰ্ষণ বৃদ্ধিয়ে এই খণ্ডৰ উৎকৰ্ষ সাধনত অৰিহণা যোগাব পাৰে। জাপানৰ পৰা অহা এটা …