War Against Drugs : দীর্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা নাজিমা খাতুন পৰিল জালত
সোণতলী, ৪ নৱেম্বৰ, ২০২৩ : ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী নাজিমা খাতুন (One Arrested With Drugs)। দীর্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা নাজিমা খাতুন অৱশেষত পৰিল জালত। ড্ৰাগছৰ পেকেট আৰু ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাজিমা খাতুনক। গোপন খবৰৰ …