War Against Drugs : এইবাৰ পাচলি ব্যৱসায়ী নামিল ড্ৰাগছৰ ব্যৱসায়ত
ৰঙিয়া, ২০ অক্টোবৰ, ২০২৩ : এইবাৰ পাচলি ব্যৱসায়ী নামিল ড্ৰাগছৰ ব্যৱসায়ত। পাচলিৰ লগতে বিক্ৰী কৰি আছিল ড্ৰাগছ। আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিলে পাচলি ব্যৱসায়ীজনক। ধৃত পাচলি ব্যৱসায়ীজনৰ কবলৰ পৰা জব্দ ১৮ টা কন্টেইনাৰত ৫.৫৩ গ্ৰাম নিষিদ্ধ হেৰ’ইন (Drugs Seized)। …