Covid Safai Workers : ক’ভিড চাফাই কৰ্মী প্ৰতিনিধিৰ ডঃ দিব্যজ্যোতি শইকীয়াক সাক্ষাৎ
গুৱাহাটী, ১১অক্টোবৰ, ২০২৩ : সমগ্ৰ পৃথিৱীজুৰি ক’ভিডকালৰ বিভীষিকাময় পৰিস্থিতিৰ কথা বৰ্তমানো পাহৰিব পৰা নাই বিশ্ববাসীয়ে। ক’ভিডকালৰ জটিল পৰিস্থিতিৰ সময়তে দেশৰ লগতে অসমৰ একাংশ লোকে অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় চিকিৎসালয় সমূত চাফাই কৰ্মী হিচাপে যোগদান কৰে। ক’ভিডকালত প্ৰথম শাৰীৰ …