Barpeta Double Murder : পত্নী আৰু কন্যাক কোঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ঋষভ দাসে
বৰপেটা, ১৩ অক্টোবৰ, ২০২৩ : এক নৃশংস হত্যাকাণ্ড। পত্নী আৰু কন্যাক কোঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ঋষভ দাসে। এই নৃশংস হত্যাকাণ্ডই (Sensational Murder) তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। এই নৃশংস হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী …