Vibrant Gujarat : দিল্লীৰ “ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট”২০২৪ শীৰ্ষক মতবিনিময় অনুষ্ঠানত অসমৰ যুৱ উদ্যোগপতি
গুৱাহাটী, ৭ অক্টোবৰ, ২০২৩ : নতুন দিল্লী (New Delhi) ত অনুষ্ঠিত “ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট” ২০২৪ শীৰ্ষক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম তথা উত্তৰ-পূৱৰ যুৱ উদ্যোগপতি ড০ ঘনশ্যাম দাস ধানুকাই। উত্তৰ-পূৱৰ পৰা উদ্যোগপতি ড০ ঘনশ্যাম দাস ধানুকাই উক্ত অনুষ্ঠানত …