Indian super league : আইএছএল ছিজনত নৰ্থইষ্ট ইউনাইটেডৰ প্ৰথমখন ঘৰুৱা খেলৰ দিনা এছিয়াৰ সৰ্ববৃহৎ হস্তনিৰ্মিত টিফো উন্মোচন কৰিব হাইলেণ্ডাৰ ব্ৰিগেডে
গুৱাহাটী, ছেপ্তেম্বৰ ২৪, ২০২৩ : জীৱনৰ ছন্দ আৰু ফুটবলৰ (Football) ৰোমাঞ্চেৰে ব্যাকুল গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’বলৈ গৈ আছে ইণ্ডিয়ান ছুপাৰ লীগ (Indian super league )ৰ এখন খেল। অহা ২৪ ছেপ্টেম্বৰত গুৱাহাটীৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে নৰ্থইষ্ট …