Women’s Day : ১০ গৰাকী মহিলাক ‘চানৰাইজ বছ লেডী অফ আসাম’ উপাধি প্ৰদান

গুৱাহাটী : প্ৰতিগৰাকী মহিলা সমাজৰ বাবে এক অনুপ্ৰেৰণাৰ প্রতীক। পেছাদাৰী আৰু ব্যক্তিগত জীৱনক সূক্ষ্মতাৰে ভাৰসাম্য ৰাখি তেওঁলোকে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰি আহিছে। ছানৰাইছ পিউৰৰ উদ্যোগত ৰেড এফ এম আৰু অসম ষ্টাৰ্টআপৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস (women’s Day) উদযাপন …

World Heritage Site : ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ সকলো কাৰিকৰি দিশ সম্পুৰ্ণ কৰিলে চৰাইদেউ মৈদামে

Sibani Saikia  গুৱাহাটী : অসমবাসীৰ বাবে সুখবৰ। ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ (World Heritage Site) স্বীকৃতি লাভৰ সকলো কাৰিকৰি দিশ সম্পুৰ্ণ কৰিলে চৰাইদেউ মৈদামে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে আৰু এখোজ আগুৱাবলৈ সক্ষম হৈছে চৰাইদেউৰ মৈদাম। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি …

Sanjukta Dutta : পেৰিছ ফেশ্বন উইকত সংযুক্তা দত্তৰ থলুৱা নুনী পাটৰ নতুন ফেশ্বন সম্ভাৰ “চিকি-মিকি” প্ৰদৰ্শন

গুৱাহাটী : বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ ত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তৰ (Sanjukta Dutta) নৱতম ফেশ্বন সম্ভাৰৰ শ্ব’ “চিকি-মিকি”ৰ। ৩ মাৰ্চ, শুকুৰবাৰৰ সন্ধিয়াটিৰ কিছু সময় …

Rangia Municipal : ৰঙিয়া পৌৰসভাক বিপদত পেলোৱাৰ সিদ্ধান্ত বন বিভাগৰ

ৰঙিয়া : বিপদত পৰিছে ৰঙিয়া পৌৰসভা (Rangia Municipal)। বন বিভাগে বিপদত পেলাব ৰঙিয়া পৌৰসভাক। বন বিভাগে নিজাববীয়াকৈ ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে গোচৰ ল’ব। প্ৰকৃতি প্ৰেমীয়ে ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ উজাৰৰ পিছতে ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে বন বিভাগে। …

Ayush Ministry : পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় এছ চি অ’ৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপ’ৰ শুভ উদ্বোধন

গুৱাহাটী : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত প্ৰথম ‘B2B Global Conference & Expo on Traditional Medicine under Shanghai Cooperation Organization (SCO)’ শীৰ্ষক চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনৰ উদ্বোধন কৰে (Ayush Ministry)।  ইয়াত ১৭ খন দেশৰ …

Property Expo : এৰিডা এক্সপো’ত গ্ৰেটহোৱাইট গ্লোবেল প্ৰাইভেট লিমিটেডৰ ষ্টল মুকুলি

গুৱাহাটী : বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়াকৈ মহানগৰীৰ আশী অপ্সৰা প্ৰেক্ষাগৃহত আয়োজন কৰা এৰিডা এক্সপো’ত (Property Expo) অংশগ্ৰহণ কৰে দেশৰ আগশাৰীৰ ইলেক্ট্ৰিকেল ব্ৰেণ্ড গ্ৰেট-হোৱাইট গ্লোবেল প্ৰাইভেট লিমিটেডে। এই এক্সপো’ত কোম্পানীটোৰ ৯৯ আৰু ১০০ ষ্টলত গৃহ, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ বাবে তেওঁলোকৰ বৃহৎ …

Property Expo : গুৱাহাটীত এৰিডাৰ বিশেষ ৰেহাইৰ ব্যৱস্থাৰে বিশাল সম্পত্তি মেলা 

গুৱাহাটী : বৃহস্পতিবাৰৰ পৰা গুৱাহাটীত ‘এৰিডা’ৰ বিশেষ ৰেহাইৰ ব্যৱস্থাৰে বিশাল সম্পত্তি মেলা (Property Expo)। পচন্দৰ ফ্লেট এটা ক্ৰয় কৰাৰ ক্ষেত্রত বেংক ঋণৰ উপৰি ৰেহাইৰ সুবিধা প্ৰদানেৰে আয়োজন কৰা হৈছে প্ৰপাৰ্টী এক্সপ’ তথা সম্পত্তি মেলা। আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল’পাৰ্ছ …

Free Health Camp : পলিকন গ্ৰুপৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটী : পলিকন গ্ৰুপৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ (Free Health Camp)। মহানগৰৰ সমীপৱৰ্তী আমিনগাঁৱৰ এক্সপ’ৰ্ট প্ৰমোচনেল ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক (ইপিআইপি) চৌহদত অৱস্থিত পলিকন গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীজৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। মাৰোৱাৰী হাস্পতালৰ সহযোগত আয়োজিত এই শিবিৰত …

Students Meet : ছাত্ৰ যুৱ সমাৰোহত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মক বক্তৃতা

বঙাইগাঁও : জাফা আৰু এচ এল এ চিৰ ছাত্ৰ-যুৱ সমাৰোহত (Students Meet) মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মক বক্তৃতা। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ চুমুকৈ(এচ এল এ চি)ৰ সহযোগত আৰু জাৰ্ণেলিষ্ট এছ’চিয়েচন ফৰ আসাম …

Workshop : জেচিআই গুৱাহাটী এচিভাৰ্ছৰ উদ্যোগত প্ৰেচিডেণ্টছিৱেল একাডেমী’ কৰ্মশালাৰ সামৰণি

গুৱাহাটী : জেচিআই গুৱাহাটী এচিভাৰ্ছে নেশ্যনেল লেবেল প্রগ্ৰামৰ অধীনত তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত ‘আয়োজন কৰা প্ৰেচিডেণ্টছিৱেল একাডেমী’ কৰ্মশালাৰ (Workshop) সামৰণি পৰে। সামৰণি অনুষ্ঠানত জ’ন-২৫ আৰু জ’ন-৩ ৰ অধীনৰ জেচিআই চেপ্টাৰৰ ৫০ জনতকৈ অধিক সভাপতিক সম্বোধন কৰে ৰাষ্ট্ৰীয় সভাপতি এমকে কাৰ্তিকেয়ানে। অনুষ্ঠানটোত …