শুকুৰবাৰৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য বৃদ্ধি পাব ৩ টকাকৈ
গুৱাহাটী ১৫ জুলাই গুৱাহাটী মহানগৰবাসীৰ বাবে বেয়া খবৰ। গুৱাহাটীত পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য। শুকুৰবাৰৰ পৰা ৩ টকাকৈ বৃদ্ধি পাব প্ৰতি লিটাৰ গাখীৰৰ মূল্য। বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পে’ট্ৰল-ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় …